ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 27, 2024 6:50 PM | Mann Ki Baat

printer

ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ কথা প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

কাইলৈ বিশ্ব এনিমেচন দিৱস উদযাপনৰ বিষয়ে প্ৰকাশ কৰি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত এনিমেচন ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰাৰ পথত অগ্ৰসৰ হৈছে। লগতে জনসাধাৰণক এনিমেচন ক্ষেত্ৰত গোলকীয় শক্তিৰূপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাৰতত গেমিং ক্ষেত্ৰৰ নিৰন্তৰ বিকাশ হৈছে আৰু ভাৰতীয় গেমসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ উঠিছে বুলি প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে। তেওঁ স্পাইডাৰ মেন আৰু ট্রান্সফৰমাৰ্ছৰ দৰে চলচ্চিত্ৰৰ ভাৰতৰ হৰিনাৰায়ণ ৰাজীৱৰ অৱদানৰ বিষয়ে চৰ্চা কৰে ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।