ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 25, 2024 10:56 AM | S.Joysankar

printer

ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণঃ ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পর্ক অতি গুৰুত্বপূৰ্ণ। দিল্লীত কালি ব্ৰিটেইনৰ বিদেশ সচিব ডেভিদ লেমীৰ সৈতে হোৱা বৈঠকত ড০ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উভয় দেশৰ শক্তিশালী স্থিতিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰিটেইনে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত গোলকীয় পৰ্যায়ত একেলগে কাম কৰাৰ প্ৰয়োজন ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।