May 11, 2025 11:54 AM | Antonio Gutters

printer

ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছৰ আদৰণি

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষ বিৰতিৰ বুজাবুজিৰ প্ৰতি আদৰণি জনাইছে আৰু ইয়াক সাম্প্ৰতিক উত্তেজনা আৰু শত্ৰুতা হ্ৰাস কৰাৰ দিশত লোৱা ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰিছে। সচিবপ্ৰধানগৰাকীৰ মুখপাত্র ষ্টিফেন দুজাৰিকে কয়, যে এই বুজাবুজিয়ে স্থায়ী শান্তিৰ ক্ষেত্ৰত সহায় কৰিব আৰু দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি চলি থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে অনুকূল বাতাবৰণ গঢ়ি তুলিব বুলি শ্ৰী গুটেৰেছ আশাবাদী।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।