ভাৰতৰ য়াজিক হিলঙৰ ছাউথ এচিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অর্জন

ভাৰতৰ য়াজিক হিলঙে ভূটানৰ থিফুত অনুষ্ঠিত ছাউথ এচিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক অর্জন কৰিছে। য়াজিকে কালি ১৫৫ চেণ্টিমিটাৰ পর্যন্ত মহিলাৰ মোডেল ফিজিক শিতানত প্রথম স্থান দখল কৰে। অবস্থাচল প্রদেশৰ য়াজিক আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাত সোণৰ পদক অৰ্জন কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী খেলুৱৈ। ছাউথ এচিয়ান বডি বিল্ডিং আৰু ফিজিক স্পোর্টছ ফেডাৰেছনে আয়োজন কৰা এই পাঁচ দিনীয়া প্রতিযোগিতাৰ আজি সামৰণি পৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।