ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 16, 2025 2:41 PM | GeM

printer

ভাৰতৰ চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে

ভাৰতৰ সৰ্ববৃহৎ ইণ্টাৰনেট ক্রয় বিক্রয় স্থান চৰকাৰী ই-মার্কেটপ্লেছ চমুকৈ-জেম এ ২০২৪-২৫ বিত্তীয় বৰ্ষত স্বাস্থ্য, জীৱন, আৰু ব্যক্তিগত দুর্ঘটনাৰ ক্ষেত্ৰত ১ লাখ ৩০ হাজাৰ কোটিতকৈও বেছি বীমাক সামৰি লৈছে। এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্যই জনাইছে যে একেটা বিত্তীয় বৰ্ষতে প্রতিষ্ঠানটোৱে ১০ লাখ মানুহ নিয়োগ কৰিছে। এই সাফল্যৰ বিষয়ে প্রকাশ কৰি জেমৰ মুখ্য কাৰ্যবাহী অজয় ভাদুৱে কয়, যে এই প্রতিষ্ঠানে জনসাধাৰণক সুৰক্ষিত আৰু বহনসাধ্য সমাধান দিবলৈ প্ৰতিশ্রুতিবদ্ধ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।