January 18, 2026 8:57 PM | New BJP President

printer

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষা

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ কাইলৈ দাখিল কৰা হ’ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, কাইলৈ দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা পৰীক্ষা কৰা হ’ব। সন্ধিয়া ৬ বজা পর্য্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্রয়োজনত পৰহিলৈ নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।