June 17, 2025 8:14 PM | RBI Notification

printer

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন খচৰা নীতি-নিৰ্দেশনা জাৰি

ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ. বি. আইয়ে সূদৰ হাৰৰ সৈতে জড়িত একপ্ৰকাৰৰ বিত্তীয় চুক্তি Rupee interest rate দেখিয়েভেটিভছ্ আই আৰ ডি ব্যৱসায়ৰ নিয়ম উন্নত কৰাৰ বাবে খছৰা নীতি নিৰ্দেশনা জাৰি কৰিছে। বেংক, কোম্পানী আৰু বিনিয়োগকাৰীসকলে সূদৰ হাৰ পৰিৱৰ্তনৰ সৈতে জড়িত বিপদাশংকা নিয়ন্ত্রণ কৰাৰ বাবে এই চুক্তিৰ সহায় লয়। নতুন খছৰা নীতি নিৰ্দেশনা অভাৰ দ্যা কাউণ্টাৰ আৰু ছেয়াৰ বজাৰত ব্যৱসায়ৰ সূদৰ হাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ৰিজাৰ্ভ বেংকে ৭ জুলাই পর্যন্ত জনসাধাৰণ আৰু ছেয়াৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ পৰা এই সন্দৰ্ভত দিহা পৰামৰ্শ বিচাৰিছে। এই ব্যৱস্থাৰ অধীনত ভাৰতীয় আৰু বিদেশী নাগৰিকে এই বজাৰত অংশগ্ৰহণ কৰিব পাৰিব। ৰিজাৰ্ভ বেংকে ইয়াৰ পূৰ্বে ২০১৯ চনত এনেধৰণৰ নিয়ম জাৰি কৰিছিল ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।