ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি গভর্নৰ সঞ্জয় মালহোত্রাৰ ঘোষণা

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপ ৰেট ৫.৫ শতাংশত অপৰিৱৰ্তিত ৰাখিছে বুলি বেংকটোৰ গভর্নৰ সঞ্জয় মালহোত্রাই ঘোষণা কৰিছে। আনহাতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ মূল ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৬.৮ শতাংশলৈ বৃদ্ধি পাইছে বুলি আৰ বি আইৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।