December 15, 2025 6:11 PM | howly fake note

printer

বৰপেটা জিলাৰ হাউলীৰ মৈৰামাৰাত এজন লোকৰ পৰা ১ লাখ ২৫ হাজাৰ টকাৰ জালনোট জব্দ

বৰপেটা জিলাৰ হাউলীৰ সমীপৰ মৈৰামাৰাত আজি এজন লোকৰ পৰা ১ লাখ ২৫ হাজাৰ টকা জাল নোট জব্দ কৰা হয়। আৰক্ষী আৰু হাউলীস্থিত এছ এচ বি ৬৪ নম্বৰ বেটেলিয়নৰ দলে অভিযান চলাই এখন ই-ৰিক্সাৰ পৰা জালনোটখিনি জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। জিলাখনৰ মন্দিয়াৰ বাসিন্দা লোকজনে এই জালনোটসমূহ হাউলীলৈ সৰবৰাহ কৰিছিল বুলি আৰক্ষীৰ জেৰাত জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।