প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ব্ৰিটেইন আৰু মালদ্বীপৰ চাৰিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদী ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰ আৰু ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিব। দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রী মোদী মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ আমন্ত্রণ মৰ্মে ২৫ জুলাইত দেশখনত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীয়ে এই দুদিনীয়া ভ্ৰমণকালত উভয় দেশৰ ব্যৱসায়ী জগতৰ কাণ্ডাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।
Site Admin | July 23, 2025 3:51 PM | Akashvani News | narendra modi | PMO Modi
ব্রিটেইন আৰু মালদ্বীপৰ ৪দিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী মোদী