প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ নতুন প্রধানমন্ত্রী বাৰ্ট ডে ৱেভাৰক আজি অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত-বেলজিয়ামৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে বিভিন্ন পৰকীয় বিষয়ত সহযোগিতাৰে কাম কৰাৰ আশা প্ৰকাশ কৰে।
Site Admin | February 4, 2025 6:46 PM | PM Modi Congratulation
বেলজিয়ামৰ নতুন প্রধানমন্ত্রী বাৰ্ট ডে ৱেভাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
