বুধবাৰে নতুন দিল্লীত নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন

নৌ সেনা বাহিনীৰ কমাণ্ডাৰসকলৰ দ্বিবার্ষিক সম্মিলন কাইলৈ নতুন দিল্লীত আৰম্ভ হ’ব। অপাৰেচন সিন্দুৰ আৰু নৌ সেনাবাহিনীৰ অভিযান তথা যুদ্ধ প্ৰতিৰোধ প্ৰস্তুতিৰ বাবে এই সন্মিলন অধিক গুৰুত্বপূর্ণ হৈ উঠিছে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেবিনেট সচিবে নৌ সেনাবাহীনৰ কমাণ্ডাৰসকলক উদ্দেশি ভাষণ দিব আৰু বৃহত্তৰ ৰাষ্ট্ৰীয় স্বার্থ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষর্ষক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ গুৰুত্বৰ বিষয়ে বিশ্লেষণ আগবঢ়াব। চীফ অব ডিফেন্স ষ্টাফ আৰু বায়ু সেনা বাহিনীৰ মুৰব্বীয়েও সন্মিলনত ভাষণ দিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।