বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপত ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

 কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা আজি ভাৰতৰ খেলুৱৈয়ে সংযুক্ত আৰৱ এমিৰ্টেছৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ নকআউট পৰ্যায়ৰ খেলত ভাৰত-দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।