বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ

বিজেপিয়ে আজি সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে। দলে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিল আৰু উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌর্যক নির্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।