ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ

বিহাৰ, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত ৬ গৰাকী সাংসদে আজি ৰাজ্য সভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নতুন সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। উচ্চ সদনৰ সদস্য হিচাপে কংগ্ৰেছৰ সাংসদ অখিলেশ প্রসাদ সিং, JMMৰ ডাঃ সৰফৰাজ আহমদ আৰু বিজেপিৰ প্ৰদীপ কুমাৰ বার্মা, বংশীলাল গুৰ্জাৰ, মায়া নৰোলিয়া আৰু বল্যোগী (BALYOGI) উমেষনাথে শপত গ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।