ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 30, 2024 6:48 PM | Bihar Accident

printer

বিহাৰৰ ভাগলপুৰত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশুসহ ৬জন লোক নিহত

বিহাৰৰ ভাগলপুৰ জিলাৰ ঘোঘা আৰক্ষী চকীৰ অন্তৰ্গত আমাপুৰ গাঁৱত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশুসহ ৬জন লোকে প্ৰাণ হেৰুৱাইছে। ভাগলপুৰ জিলাৰ জিলা দণ্ডাধীশ ড° নৱল কিশোৰ চৌধুৰীয়ে জানিবলৈ দিয়া মেত, যোৱানিশা ৮০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই বিয়াৰ গাড়ীৰ ওপৰত পৰি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মৃত লোককেইজন বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ গৈছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।