October 20, 2024 6:55 PM | Hockey India

printer

বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে  হকী ইণ্ডিয়াৰ ২২ জনীয়া দল ঘোষণা

হকী ইণ্ডিয়াই বৰ্তমানৰ বিশ্ব চেম্পিয়ন জাৰ্মানীৰ বিৰুদ্ধে নতুন দিল্লীত হবলগীয়া দ্বিপাক্ষিক শৃংখলাৰ বাবে ২২ জনীয়া দল ঘোষণা কৰিছে। এই অনুসৰি হৰমনপ্রীত সিঙে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। বিবেক সাগৰ প্ৰসাদ দলৰ উপ অধিনায়ক হ’ব। নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত ২৩ আৰু ২৪ অক্টোবৰত শৃংখলাৰ খেল দুখন অনুষ্ঠিত হ’ব

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।