September 17, 2025 8:42 PM | Niraj Chopra

printer

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ফাইনেলৰ বাবে নীৰজ চোপ্ৰাৰ যোগ্যতা অৰ্জন

ভাৰতৰ তাৰকা জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। নীৰজে প্ৰথমবাৰতে ৮৪ দশমিক ৮-৫ মিটাৰলৈ জেভলিন দলিয়াই ফাইনেলত প্ৰৱেশ কৰে। টকিঅ’ত অনুষ্ঠিত এই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত অলিম্পিক চেম্পিয়ন তথা পাকিস্তানী খেলুৱৈ আছাদ নদীমেও অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।