October 20, 2025 12:13 PM | Zubeen Garg Tribute

printer

বিশ্বনাথ জিলাৰ মধ্য বিহালীৰ বৰনামঘৰত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রদর্শন

বিশ্বনাথ জিলাৰ মধ্য বিহালীৰ বৰনামঘৰত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে ভাওনা প্রদর্শন কৰা হয়। বিহালী যুৱ সংঘৰ উদ্যোগত বৰনামঘৰত শিল্পীসকলে ভাওনা প্রদর্শন কৰে। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা ধৰ্মধবজা উত্তোলন কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বস্তি প্রজ্বলন আৰু শ্রদ্ধাঞ্জলি জনোৱা হয়। শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে নাহৰ গছৰ পুলিও ৰোপণ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।