ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ মৃত্যু

লখিমপুৰৰ বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ আজি পুৱা ৭৮ বছৰ বয়সত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। বিশিষ্ট চিত্রশিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল। শিল্পীগৰাকীক ৰাজ্য চৰকাৰে ২০২২ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰিছিল।