বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্রযোজক তিম’থী দাস হাঞ্চেৰ দেহাৱসান

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্রযোজক তিম’থী দাস হাঞ্চেৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। অসমীয়া চলচ্চিত্ৰ পলে পলে উৰে মন আৰু জীৱন বাটৰ লগৰীৰ পৰিচালক তথা প্রযোজক হাঞ্চেই জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে’ শীৰ্ষক জনপ্ৰিয় গীতটিৰ গীতিকাৰ আছিল। তেওঁৰ মৃত্যুৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে শোক প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।