ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2024 6:40 PM | CM assam

printer

বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ১২০০ কোটি টকাৰ প্ৰকল্প

গ্রাম্য অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰি বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১২০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই বছৰৰ অক্টোবৰলৈকে ১২ হাজাৰ কিলোমিটাৰতকৈ অধিক এল টি লাইন সলনি কৰা হৈছে আৰু ২৫০ কিলোমিটাৰ নতুন ১১ কিলোভল্ট লাইন নিৰ্মাণ কৰা হৈছে। উন্নত বিদ্যুৎ ব্যৱস্থা, নিৰ্ভৰযোগ্য শক্তি আৰু ক্ৰমবৰ্দ্ধমান শক্তিৰ চাহিদা পূৰণ কৰাৰ লক্ষ্যৰে এই প্ৰকল্প হাতত লোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।