ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 9, 2024 8:09 PM | S.Joysankar

printer

বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ’ৰা জেন্তজিছক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত বেলজিয়ামৰ বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ’ৰা জেন্তজিছক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত, বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ মাজত অর্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে বুলি ছোচিয়েল মিডিয়াৰ এটা বার্তাযোগে ডº জয়শংকৰে প্ৰকাশ কৰে। ড° জয়শংকৰে হীৰা উদ্যোগ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে চেমিকনডাক্টৰ আৰু সেউজ বিকাশ সম্পর্কেও মতামত ব্যক্ত কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।