ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 17, 2024 11:28 AM | Income Tax

printer

বিদেশৰ পৰা আয় কৰা নাগৰিকৰ বাবে আয়কৰ পৰিশোধৰ অন্তিম দিন ৩১ ডিচেম্বৰ

আয়কৰ বিভাগে বিগত বিত্তীয় বৰ্ষত বিদেশৰ পৰা আয় কৰা বা বিদেশী সম্পত্তি আহৰণ কৰা ভাৰতীয় কৰ দাতা নাগৰিকৰ বাবে আয়কৰ পৰিশোধৰ অন্তিম দিন অহা ৩১ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে। বিদেশত বেংক একাউণ্ট, অস্থাৱৰ সম্পত্তি আদি থকা ভাৰতীয় কৰদাতা নাগৰিকে আয় কৰৰ আওতাত নপৰিলেও আয়কৰৰ নির্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব।