বিত্তমন্ত্রী অজন্তা নেওগে গোলাঘাট জিলাৰ দ-চমুৱা সমবায় সমিতিৰ সংহত পামখন উদ্বোধন কৰে

বিত্তমন্ত্রী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ দ-চমুৱা সমবায় সমিতিৰ সংহত পামখন উদ্বোধন কৰে। প্রায় ৫০০ বিঘা মাটি আগুৰি থকা এই পামখন স্থানীয় বিধায়কগৰাকীৰ নেতৃত্বত গঢ় লৈ উঠিছে। এই পামখনত হাঁহ-কুকুৰা আৰু গাহৰি পালন তথা দুগ্ধ উৎপাদনৰ দৰে পদক্ষেপে প্রায় এশ লোকৰ বাবে জীৱিকাৰ পথ মুকলি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।