July 25, 2025 8:19 PM | BTC Assembly

printer

বিটিচিৰ বিধানসভা অধিবেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদ – বিটিচিৰ বিধানসভা অধিবেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি কৰিছে। ৰাজভৱনে জাৰি কৰা জাননী অনুসৰি অহা ৩১ জুলাইত পুৱা দহ বজাত অধিবেশন অনুষ্ঠিত হ’ব। কোকৰাঝাৰৰ বডোফা নগৰত অৱস্থিত পৰিষদৰ এছেম্বলি হাউচত এই অধিবেশন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।