January 18, 2026 12:25 PM | Cricket

printer

বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ অসম

অসম আজি ৰাজকোটত হ’বলগীয়া ১৬ বছৰ অনুৰ্ধবৰ বিজয় মার্চেণ্ট ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। অসমে কোৱাৰ্টাৰ ফাইনেলত পঞ্জাৱক ৩ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।