বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হাথৰাছ লোকসভা আসনৰ বিজেপি সাংসদ ৰাজবীৰ সিং দিলেৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। নিজৰ শোকবার্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাংসদগৰাকীৰ মৃত্যুক দলৰ বাবে বৃহৎ ক্ষতি হিচাপে অভিহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।