ডাউনলোড
মোবাইল এপ

android apple
signal

বিজেপিয়ে অসমকে ধৰি আঠ ৰাজ্যৰ কেইখনমান বিধানসভা আসনৰ উপ-নির্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা

বিজেপিয়ে অসম, বিহাৰ, ছত্তিশগড়, কর্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু পশ্চিমবংগৰ কেইখনমান বিধানসভা আসনৰ বাবে হ’বলগীয়া উপ-নির্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলে কেৰালাৰ ৱায়নাড লোকসভা আসনৰ উপ-নির্বাচনত কংগ্ৰেছ প্রার্থী প্ৰিয়ংকা গান্ধী ভাদাৰ বিৰুদ্ধে না হৰিদাসক থিয় কৰাইছে। বিজেপিয়ে অসমৰ তিনিখন, বিহাৰ, কৰ্ণাটক, কেৰালা আৰু মধ্যপ্ৰদেশৰ দুখনকৈ আৰু ৰাজস্থান তথা পশ্চিমবংগৰ ৬ খনকৈ বিধানসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে অসমৰ ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।