June 3, 2025 7:45 PM | Local news

printer

বাক্সাৰ শালবাৰীত সমষ্টিটোৰ পাৰিষদ জয় মুছাহাৰীৰ দুটা পথৰ আধাৰশিলা

বাক্সা জিলাৰ শালবাৰীত আজি সমষ্টিটোৰ পাৰিষদ জয় মুছাহাৰীয়ে দুটা পথৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ Good will আঁচনিৰ অধীনত এই পথ দুটা শালবাৰী পৰিষদীয় সমষ্টিৰ গোৱৰ্ধনা আনন্দবজাৰ গড়কাপ্টানী পথৰ পৰা কৈমাৰীলৈ আৰু মৈৰাজাৰ চ’কৰ পৰা মৈৰাজাৰ গাঁৱলৈ নিৰ্মাণ কৰা হ’ব। পথ দুটা নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে ইতিমধ্যে ৪ কোটি টকা আবণ্টন দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।