বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰাটো বাংলাদেশ চৰকাৰৰ দায়িত্ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে বাংলাদেশ চৰকাৰে যাতে সংখ্যালঘু হিন্দুসকলক সুৰক্ষা প্ৰদান কৰে তাৰ প্রচেষ্টা গ্রহণ কৰিছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয়, যে সমগ্ৰ ভাৰতবাসীয়ে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ লগত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।