বঙাইগাওঁ জিলা আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি

বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে কৰ্মৰত নৱদীপ পাঠকক ৰাজ্য চৰকাৰে সাম্প্ৰতিক প্ৰশাসনিক পুনৰবিন্যাসৰ অংশ হিচাপে ধুবুৰী জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এখন অধিসূচনা অনুসৰি ধুবুৰী জিলাৰ বৰ্তমানৰ আয়ুক্ত দীবাকৰ নাথক বদলি কৰি বঙাইগাওঁ জিলাৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।