May 16, 2024 11:25 AM

printer

ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ সোণৰ পদক অর্জন

অলিম্পিকত সোণৰ পদক বিজেতা নীৰজ চোপ্ৰাই কালি ভূৱনেশ্বৰত অনুষ্ঠিত ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অর্জন কৰে। ২৬ বছৰীয়া চোপ্ৰাই প্রতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত সংঘর্ষ কৰিবলগীয়া হয় আৰু প্ৰথম তিনিটা ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকে। খেলুৱৈগৰাকীয়ে চতুৰ্থ ৰাউণ্ডত ২৮ দশমিক ২-৭ মিটাৰলৈ জেভলিন থ্রো কৰি অগ্রগতি লাভ কৰে।