কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী লোকপিয়লৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। গৃহ মন্ত্ৰ্যালয়ৰ পৰা জাৰি কৰা এই অধিসূচনা অনুসৰি ২০২৭ বৰ্ষৰ ১ মাৰ্চৰ দিনটো এই লোকপিয়লৰ ভিত্তি তাৰিখ হিচাপে ধাৰ্য কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰৰ বৰফাবৃত্ত এলেকাসমূহৰ লগতে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বাবে এই ভিত্তি তাৰিখ হ’ব ২০২৬ চনৰ ১ অক্টোবৰ৷
Site Admin | June 16, 2025 6:57 PM | Census
পৰৱৰ্তী লোকপিয়লৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিসূচনা জাৰি
