ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমমন্ত্ৰী মোদীয়ে লাভ কৰা ১,৩০০-ৰো অধিক উপহাৰ আজিৰে পৰা অনলাইযোগে নিলাম কৰা হৈছে

প্রধানমমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা ১,৩০০-ৰো অধিক উপহাৰ আজিৰে পৰা অনলাইযোগে নিলাম কৰা হৈছে বুলি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি প্রধানমন্ত্রীয়ে লাভ কৰা স্মাৰকৰ সপ্তমলানি ই – নিলাম অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে নিলাম কৰিবলগীয়া সামগ্ৰীসমূহৰ ভিতৰত চিত্ৰকৰ্ম, শিল্পকর্ম, ভাস্কর্য, দেৱ-দেৱীৰ মুৰ্তি আৰু অন্য কিছুমান সামগ্ৰী আছে। তেওঁ কয় যে এই নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি নমামি গংগে অভিযানৰ লেখিয়া চৰকাৰী উদ্যমসমূহত বিনিয়োগ কৰা হ’ব। চৰকাৰী এই নিলামৰ পূৰ্বৰ সংস্কৰণৰ জৰিয়তে ৫০ কোটিৰো অধিক টকা অৰ্জন কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।