June 20, 2025 11:02 AM | PM-VISIT BIHAR

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰলৈ যাব। এই ভ্ৰমণ কালত ছিৱান জিলাৰ পঞ্চৰুখী উন্নয়ন খণ্ডৰ অধীনৰ যছৌলিত এখন জনসভাত ভাষণ দিব। শ্রীমোদীয়ে যছৌলিৰ পৰাই ভিডিঅ’ কনফাৰেন্সি ব্যৱস্থাৰে নগৰ উন্নয়ন, পুতিজল উপচাৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ৰে’লৱেৰ সৈতে জড়িত ৫ হাজাৰ ৯০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ ভালেমান প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।