প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি নতুন দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত বিজেপিৰ নতুন কার্যালয় উদ্বোধন কৰিব। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ শচদেৱাই কয়, যে এই নতুন কার্যালয়টো কেৱল এটা কর্মস্থলীয়ে নহয় বৰং ই হৈছে দলৰ সংস্কৃতি তথা মূল্যবোধক ইয়াৰ কৰ্মকৰ্তা সকলৰ মাজত পোষণ কৰাৰ এটা কেন্দ্ৰ। তেওঁ এই নতুন কার্যালয়টোৰ উদ্বোধনক দিল্লীত বিজেপিৰ যাত্ৰাৰ এটা ঐতিহাসিক মুহূর্ত বুলি অভিহিত কৰে। উদ্বোধনী অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাকে ধৰি দলৰ জ্যেষ্ঠ নেতা, সাংসদ, বিধায়ক, কেন্দ্রীয় মন্ত্রী তথা কর্মকর্তা সকল উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।