ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে বুধবাৰে বিহাৰৰ বুথ পৰ্য্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময়

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে অহা বুধবাৰে বিহাৰৰ বুথ পৰ্য্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমযোগে দলৰ কৰ্মীসকলক মেৰা বুথ সবসে মজবুত অভিযানত অংশগ্রহণ কৰিবলৈ আৰু দিহা-পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। প্রধানমন্ত্রীয়ে লগতে তেওঁ কেইগৰাকীমান বচা বচা দলীয় কর্মীৰ সৈতে দিহা-পৰামৰ্শ সন্দৰ্ভত পোনপটীয়াকৈ মত-বিনিময় কৰিব বুলি জানিবলৈ দিয়ে।