পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক ৩ গ’লত পৰাজিত কৰে। দ্বিতীয়খন ছেমিফাইনেল মহাৰাষ্ট্ৰই-ওড়িশাক ৪-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। পৰহিলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ ফাইনেল খেলত তামিলনাড়ু-মহাৰাষ্ট্ৰৰ মুখামুখি হ’ব।
Site Admin | June 25, 2025 9:56 PM | hockey india masters
পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ ফাইনেলত তামিলনাডু-মহাৰাষ্ট্র
