ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাব্লিক স্পীকত কাইলৈ আইকৰ কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সহজ পদ্ধতি সম্পর্কে আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯.৩০ বজাত আয়কৰ আয়ুক্ত সৌম্য আচাৰ আৰু চাৰ্টাৰ একাউণ্টেণ্ট সঞ্জীৱ নাৰায়ণৰ সৈতে আইকৰ কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সহজ পদ্ধতি সম্পর্কে এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি আয়কৰ ৰিটাৰ্ন দাখিলৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষ অতিথি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান প্ৰচাৰ হব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।