ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাব্লিক স্পীকঃ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক’হলিৰ সৈতে এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আলোচনাটি চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰলৈ ফোন কৰি জনসাধাৰণৰ বাবে উপলব্ধ হৈ থকা পেন্সনৰ বিভিন্ন বিকল্প তথা এইসমূহ ব্যৱহাৰ কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ইয়াৰ উপৰি শ্রোতাসকলে ৯২৮৯০-৯৪০৪৪ নম্বৰত হোৱাটছআপৰ জৰিয়তেও প্রশ্ন কৰিব পাৰিব। অনুষ্ঠানটি আকাশবাণীৰ গল্ড আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি আকাশবাণীৰ ৱেবচাইট newsonair.gov.in আৰু আমাৰ ইউটিউব চেনেল News ON AIR OFFICIALটো এই অনুষ্ঠান উপলব্ধ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।