পাকিস্তান সেনা বাহিনীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত কমেও ৫ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ গিলগিট বালিস্তানৰ ডিয়ামাৰ জিলাত আজি এখন পাকিস্তান সেনা বাহিনীৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত কমেও ৫ গৰাকী লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি নতুনকৈ নিৰ্মাণ কৰা হেলিপেডত অৱতৰণৰ পৰীক্ষা কৰাৰ সময়ত এই দুৰ্ঘটনা হয়। কৰ্তৃপক্ষসমূহে কাৰিকৰী কাৰণত এই ঘটনা হয় বুলি জানিবলৈ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।