ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পাইকানত সংঘটিত ঘটনা সম্পৰ্কত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্রতিক্রিয়া প্ৰকাশ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ পাইকানত সংঘটিত ঘটনা সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰিছে। আজি আজাৰাত এটা অনুষ্ঠানৰ অৱসৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদৰ সময়ত কোনো লোকে আৰক্ষীক আক্রমণ কৰিলে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱা হ’ব। তেওঁ কয়, যে আৰক্ষীক আক্ৰমণ কৰা উচ্ছেদিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ শৰ্মাই আজি আজাবাব কেওটপাৰাৰ মনসা দেৱী মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ কল্যাণার্থে দেৱীৰ চৰণত সেৱা আগবঢ়ায়। তেওঁ মন্দিৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।