পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জৰুৰী বৈঠক অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলংৰ খেৰণিত সংঘটিত ঘটনা সন্দৰ্ভত দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিয়ে ভাগ লয়। বৈঠকখনত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।