পশ্চিমবংগতো শাৰদীয় দুর্গোৎসৱৰ সামৰণি

আজি বিজয়া দশমী। পশ্চিমবংগতো আজি শাৰদীয় দুর্গোৎসৱৰ সামৰণি পৰে। সেন্দূৰ খেলা আৰু ধুনুচি নাচৰ পিছত দুৰ্গাৰ মূৰ্তিসমূহ নদীত বিসৰ্জন দিয়া হয়। আমাৰ কলাকাতাৰ সংবাদাতাই জনোৱা মতে অহা মঙলবাৰে কলকাতা দুৰ্গা পূজা কার্নিভালৰ আয়োজন কৰা হৈছে। য’ত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ উপস্থিতিত কিছুমান শ্ৰেষ্ঠ পূজা মণ্ডপৰ মূৰ্তি প্ৰদৰ্শন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।