ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 4, 2024 7:49 PM

printer

নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাত কৰ্মৰত জোৱানলৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাত কৰ্মৰত জোৱানসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে নৌসেনাৰ সাহসী জোৱানসকলে দেশৰ সমুদ্ৰক অতুলনীয় সাহস আৰু নিষ্ঠাৰে সুৰক্ষা দান কৰি আহিছে। তেওঁলোকৰ দায়বদ্ধতাই দেশৰ সুৰক্ষা, নিৰাপত্তা আৰু সমৃদ্ধি নিশ্চিত কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে দেশৰ সমৃদ্ধিশালী সামুদ্রিক ইতিহাসক লৈ গৰ্ব কৰাৰ বাবে নৌসেনাই প্রতিজন ভাৰতীয়কে সুযোগ প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।