ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি হেগত নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক সাক্ষাৎ কৰে। এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-নেডাৰলেণ্ডছ সম্বন্ধৰ অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে লগতে উচ্চ পৰ্য্যায়ৰ ভ্ৰমণ আৰু আলোচনাৰ মাধ্যমেৰে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্রকাশ কৰে।