ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 23, 2024 11:50 AM | Dalai Lama

printer

নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদৰ বাবে আধ্যাত্মিক নেতা দালাই লামাৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন

তিববতৰ আধ্যাত্মিক নেতা দালাই লামাই বিহাৰৰ ৰাজগিৰিত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। দেশৰ যুৱক-যুৱতীসকলৰ মাজত প্ৰাচীন ভাৰতৰ জ্ঞান আৰু প্ৰজ্ঞাৰ প্ৰতি বৰ্ধিত আগ্রহে তেওঁকো উৎসাহিত কৰিছে বুলি আধ্যাত্মিক নেতাগৰাকীয়ে উল্লেখ কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।