নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিবঃ জে পি নাড্ডা

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নতুন সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰে সমগ্ৰ দেশৰ জনসাধাৰণক লাভান্বিত কৰিব বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি ব্যৱসায়ীসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিপনীৰ স্বত্তাধিকাৰীসকলক তেওঁলোকৰ বিপনীত স্বদেশী সা-সামগ্ৰী বিক্ৰী কৰাত অগ্ৰাধিকাৰ দিয়াৰ বাবে আহ্বান জনায়। ক্ষুদ্ৰ ব্যৱসায়ীসকলক সমর্থন আগবঢ়োৱা আৰু ব্যৱসায়ীক সূচলতা বৃদ্ধিয়ে এই সংস্কাৰৰ মূল লক্ষ্য।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।