নতুন কেন্সাৰ আৰোগ্য নীতিত মহাৰাষ্ট্ৰ মন্ত্ৰীসভাৰ অনুমোদন

মহাৰাষ্ট্ৰ মন্ত্ৰীসভাই নতুন কেন্সাৰ আৰোগ্য নীতিত অনুমোদন জনাইছে৷ এই নীতিৰ জড়িয়তে ৰাজ্যখনৰ কেন্সাৰ ৰোগীসকলক উপযুক্ত চিকিৎসা প্ৰদানৰ নিশ্চিতি প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ১৮ খন হস্পিটেলৰ জৰিয়তে তিনি খলপীয়া উচ্চস্তৰীয় কেন্সাৰ চিকিৎসা প্রদান ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছে। এই ব্যৱস্থাক সহযোগ আৰু সমৰ্থন কৰাৰ বাবে চৰকাৰে ১০০ কোটি টকা ব্যয় সাপেক্ষ মহাৰাষ্ট্ৰ কেন্সাৰ চিকিৎসা, গৱেষণা আৰু শৈক্ষিক বুনিয়াদ– নামেৰে এটা নতুন সংস্থা প্রতিষ্ঠা কৰিব। ইয়াৰ উপৰিও মন্ত্রীসভাই উদ্যোগিক, বাণিজ্যিক আৰু অন্যান্য উপভোক্তা সামগ্ৰীৰ উপৰত অতিৰিক্ত কৰ আৰোপ কৰা বিষয়টোতো অনুমোদন জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।